যাত্রা with আইচেংফা | Kamalika Kashyap | Her Untold Stories | Music Journey | JAATRA | ৰেন মৌ
HTML-код
- Опубликовано: 9 апр 2025
- Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
Credits -
Host and Concept - Aichengfa Boruah
Direction & Audio Production - Xulfi
Video Edit - Dipankar Saharia
Camera - Jintu Kumar, Chandan Sonowal, Ravi
Make-Up - Binita Das
ইমান বেছি মৰম আৰু আদৰৰ বাবে প্ৰতিগৰাকী শ্ৰদ্ধাশীল সহযাত্ৰীলৈ শ্ৰদ্ধাৰ লগতে আমাৰ তৰফৰ পৰাও বহু বহু মৰম ! ✨❤️🙏
ঙয়ধৎ
অনুষ্ঠানটি বৰ ভাল লাগিল
@@duy2443 সঁচাকৈ আপোনাৰ অনুষ্ঠানটি বৰ ভাল লাগে।
গোট গোট বহু ভাল লাগে
আতি সুন্দৰ কন্ঠ। ইমান কম বয়সীয়া ছোৱালী এজনীয়ে এখন মঞ্চ লৈ আহিলে এজোৰ চাদৰ মেখেলা পৰিধান কৰিব লাগে বুলি জানে যে সেইটো কথা দেখিহে মোৰ আচৰিত লাগে । কেইজনী মান অৰ্থহীন দৰা বিচাৰি নোপোৱাৰ বদমাছ কেইজনীয়ে বুকুৰ দেখুৱাই কাপোৰ পিন্ধি আহে তেওঁলোকে তাই পৰা শিক্ষা লব লাগে, আৰু সাক্ষাৎকাৰ লোৱা গৰাকীও কব লাগে মোৰ ইয়ালৈ আহিলে কম কাপোৰ পিন্ধি নাহিবা বুলি ।
অনুষ্ঠান টো খুউব সুন্দৰ লাগিল।কমলিকা বয়সতকৈ বহুত বেছি matured হৈ গ'ল।শুভাশীষ জনালো
ইমান কম বয়সতে এনে শক্তিশালী ব্যক্তিত্বৰ গৰাকিনী। বহুত দূৰ আগুৱাই যোৱা তুমি। মৰম শুভাশা সদায় থাকিব ❤
বৰ মৰম লগা সুন্দৰ কন্ঠ সাহসী ছোৱালী তুমাৰ মুখত তেখেত লোকে বুলি নৈকৈ তেখেত সকলে বুলি কলে বেছি ভাল লাগিব
আইচেংফা বা...আপোনাৰ কথন দক্ষতাক সদায়ে মই চেল্যুট জনাওঁ।প্ৰতিটো খণ্ডত,প্ৰতিগৰাকী অতিথিৰ লগত আপোনাৰ কথন শৈলী অতুলনীয়।.. কিন্তু আজি কমলিকা কাশ্যপৰ কথন দক্ষতা দেখি তবধ মানিলোঁ।ইমান স্পষ্ট,শুদ্ধ,সাৱলীল আৰু পৰিপক্ক।আগুৱাই যোৱা কমলিকা।
একমত আপোনাৰ লগত কথা কেইটাত।
কমলিকা কাশ্যপ নামেই যাৰ ইমান সুন্দৰ এটা চিনাকী। নেদেখা জনৰ আশীৰ্বাদ শিৰত লৈ এতিয়াৰ পৰাই সাহসী হৈ আগুৱাই যোৱা মা।
Apuni iikhise maaa buli ♥️🙏
@RumiDas-o4f এই অকনমানি ছোৱালীজনীলৈ মোৰ অন্তৰখন কান্দি উঠে। কাৰণ মোৰো এজনী ছোৱালী আছিল আৰু বিয়াওঁ দিলো।
কি সুন্দৰ !!! কি আদৰ্শ !!!
সাজপোছাকেই চাবা নে কন্ঠই চাবা । বহুত মৰম আৰ্শীবাদ তোমালৈ....
কেতিয়া আহিব যাত্ৰালৈ এই অসাধাৰণ ছোৱালী জনী ভাবি আছিলো.খুউব ভাল লাগিল. ধন্যবাদ দুই গৰাকীলৈ
তাইৰ কথাবোৰ ইমান মৰম লগা....
তাই যেতিয়াই যিটো গান গাইছে উফ!!!!গাৰ নোম শিয়ৰি গৈছে ❤
পৰিস্থিতিয়ে ছোৱালীজনীক সময়তকৈ বহুত পৰিপক্ক কৰি পেলালে 😢😢 । সাহসী হৈ আগুৱাই যোৱা ভগৱানে মঙ্গল কৰক ❤❤❤
তোমাক দেখি মোৰ অনুভৱ হৈছে যে কিমান সাহসী হলে এজনী ছোৱালী জীৱনৰ প্ৰব্লেম বোৰ ইমান সহজ ভাবে লৈ আগবাঢ়ি যাব পাৰে ❤
বয়সত কৈ মানুহক জীৱনত সন্মুখীন হোৱা পৰিস্থিতিয়েহে বেছি পৰিপক্ক কৰে । তাৰ উদাহৰণ তুমি l কমলিকা এটা কথা জানানে যিয়ে সহ্য কৰিব পাৰে বা যাৰ সহ্য কৰাৰ ক্ষমতা থাকে তেওঁৰ হে জীৱনত বেছি সমস্যা বা দুখ আহে l এয়া বাস্তৱ অভিজ্ঞতা ।
আগবাঢ়ি যোৱা শুভ কামনা থাকিল ।
Hosa
তেওঁ নিশ্চয় সুকীয়া পৰিচয় গঢ়িব কিন্তু কণ্ঠত সদায় তেওঁৰ মাতৃক ভিতালি বাইদেউক মানুহে বিচাৰি পাব,,,,ইমান সৰল, গাম্ভীয্যপূৰ্ণ, স্পষ্টবাদী, সাহসী ছোৱালীজনী❤, সদায় এইদৰে আগবাঢ়ি যাওক
সকলোবোৰ ধুনীয়াকৈ গ্ৰহণ কৰিছে জীৱনত যি ঘটিছে,,, বহুত মৰম আৰু সুভকামনা , ভাল ভাল কাম কৰি যাওক আগন্তুক দিনলৈ,, ধন্যবাদ আইচেংফা বা ইমান সুন্দৰকৈ অনুষ্ঠানটো আগবঢ়ায় লৈ যোৱাৰ বাবে😊
বৰ ভাল লাগিল। কমলিকা বৰ পৰিপক্ক। ভবিষ্যতৰ দিনবোৰ উজ্জ্বল হ ওক। ভিতালী বা বিহুটি গুনগুণাতে নোমবোৰ ডাং খাই গৈছে, বোধহয় সেই বিহুৰ মাদকতা❤️
জীৱনটো একো নাই জীৰৌ আকৌ ঘুৰি একেই জেগাত আহিব লাগিব বাহ কি শূন্দৰ শব্দ শুনি বহুত ভাল লাগিল। মাজনী তোমালৈ বছত আশীৰ্বাদ থাকিল। তুমি আৰু আগুৱাই যোৱা ভগৱান ওচৰত তাকে কামনা কৰিছোঁ। ❤❤
কমলিকা ৰ interview যিমান চালেও হেঁপাহ নপলাই ❤❤❤ সদায় এনেকৈয়ে আগুৱাই যোৱা ❤❤
কমলিকা জনীলৈ এগালমান মৰম❤
আইচেংফা বাক একেবাৰে কাযৰপৰা চাব বিচাৰো । কেনেকৈ পাৰিম জনাবচোন ।❤❤❤❤❤❤❤❤🎉🎉 from
sivasagar
Desangmukh
খুব সুন্দৰ এটা অনুস্থান । কমলিকা এজনী খুব সাহসী আৰু মৰম লগা ছোৱালী, আগবাঢ়ি যোৱা বহুত আগলৈ , আমাৰ আশীৰ্বাদ তোমাৰ লগত সদায় আছে।
বহুত বহুত ধন্যবাদ Aaichengfa . Komolika ক যে মাতিলা । তাই কেনেকৈ আছে জানিবলৈ বৰ মন গৈছিল ❤❤ তাই মোৰ ছোৱালী ৰ বয়সৰ । কেতিয়াবা তাইলৈ মনত পৰিলে বুকুত সাবটি লবলৈ মন যায় ,মাতৃৰ মমতাৰে ।
Right
বৰ মৰম লগা। মাৰ্জিত কথা বোৰো। বুকুত উদ্দম সাহস তাইৰ , কন্ঠ ও, কিন্তু মানিব লগিয়া কমলিকা ৰ ।মাকতকৈ কোনো গুণে কম নহয়। অসমীয়া যোৱতী হিচাপে সাজ সজ্জাৰ পৰিধান কৰা শেত্ৰত ও খুব নিয়ম বজায় ৰাখিছে। বৰ ভাল লাগিছে ছোৱালী জনিক । আশীৰ্বাদ কৰিছোঁ কমু ,সদায় এনেদৰে সত তাৰে আগবাঢ়ি যোৱা, তোমাৰ ভবিষ্যতৰ উজ্বল কামনা কৰিলোঁ ❤❤❤❤
কমলীকাৰ কণ্ঠ ইমান সুন্দৰ আৰু পৰিপক্ক। অনুষ্ঠানটি বৰ ভাল লাগিছে। কমলীকাৰ ভৱিষ্যত সুন্দৰ হোৱাৰ কামনা থাকিল।❤❤❤
সঁচাকৈ বহুত ভাল লাগিছে কমলিকা ভন্টিক সদায় এনেদৰে সাহসেৰে আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ ❤❤❤❤ বহুত মৰম দিলো ।
কমলিকা, তুমি মহীয়সী নাৰী, তোমাৰ সৎ সাহস,কৰ্ম নিষ্ঠা, একাগ্ৰতাই বহুদুৰ আগলৈ আগবাঢ়ি যোৱাত সহায়ক হ ওক তাৰ কামনাৰে আশীৰ্বাদ শুভেচ্ছা ৰাখিলোঁ
মই সম্পূৰ্ণ অনুষ্ঠানটো চাই থাকোঁতে কেইবাৰ যে চকুপানী ওলাই আহিছে ঠিক নাই। ভগৱান! তুমি সদায় লগ দিবা দেই কমলিকাক।কমলিকা তুমি বৰ মৰমৰ। আগবাঢ়ি যোৱা সাহসেৰে।
এটি অতি সুন্দৰ মনৰ ব্যক্তিত্বৰ ছোৱালীৰ মনৰ অনুভব জানি খুব ভাল লগিল ৷ ভগবানে তেওৰ প্ৰতিটো ক্ষণত সাহস আৰু আৰ্শীবাদ দিয়ক ৷যাত্ৰা সদায় আমাৰ মাজত থাকক ৷❤
ইমান পৰিপক্ক ছোৱালীজনী।ভগৱান তোমাৰ সহায় হ ওক আৰু বহুত ধন্যবাদ যাত্ৰা
ইমান বুজি পোৱা swali এজনী পালে জীৱনটো কম সুখী hob নে এজন মানুহ।।।।।❤❤❤❤
আইচেংফা,বৰ ভাল লাগিল আজিৰ অনুষ্ঠানটো।কুশলে থাকা দুয়োজনী❤ আৰু বহুত আগুৱাই যোৱা
খুব ধুনীয়া। ইমান কম বয়সত ইমান পৰিপক্ক। ভগৱান, ছোৱালীজনীক কুশলে ৰাখা❤❤❤❤ সাংঘাটিক কণ্ঠ।
Geet r kisuman notes t goosebumps ahi jay.... Bohut dhuniya kontho... Katha bilak o val lage...
বৰ মৰমলগা ছোৱালীজনী |কমলীকাৰ কথাবিলাক শুনি বৰ ভাল লাগে সাহসী ছোৱালী জনী |সদায় ভগৱান তোমাৰ লগত আছে |❤❤❤❤
সঁচাকৈ আজি তোমাক বৰ মৰম লাগিছে মা। ❤️❤️😊 skip নকৰাকৈ তোমাৰ কথা আৰু গানবোৰ শুনিলো দেই। মজা লাগিল। মাতৃ হৃদয়েৰে আশীৰ্বাদ কৰিছো কুশলে থাকা মাজনী। ❤️❤️👍👌😊
বয়সৰ অনুপাতে কমলিকাৰ কথাকেইটাত বৰ্তমান সময়ৰ বাস্তৱ ছবি খন ফুটি উঠিছে, তাইৰ কথা কেইটাত ভাৱদৰ্শ, বাস্তৱবাদী চিন্তাধাৰা, আধ্যাত্মিক মনোভাৱ এটা গঢ় দিছে। সঁচাই ভাল লাগিল শুনি কিদৰে তাই নিজৰ বাস্তৱৰ জীয়া ছবিখনৰ সৈতে সমিলতাৰে আগবঢ়িছে। এইদৰে আগবাঢ়ি যাওক আমাৰ সুভাশিষ সদায় থাকিব।....... ডিব্ৰুগড় মৰাণৰ পৰা অলেখ মৰম যাঁচিলো। ❤🙏
ময়ো তুমাৰ নিচিনাই বহুত সৰুতে বহুত বেছি সমস্যাৰ সন্মুখীন হৈ বয়সতকৈ বেছি পৰিপক্ক হৈ উঠিছিলো.....
এতিয়াও যুজি আছো.
তোমাত কৈ বহুত ডাঙৰ বাৰু...
তোমালে বহুত বেছি মৰম শুভকামনা দেই❤❤❤
বৰ ভাল লাগিল অনুস্থানটো। আপোনাৰ অনুস্থানটো আৰু কমলিকা কাশ্যপৰ উন্নতি কামনা কৰিলো।
ৰেন মৌৰ উপস্থাপন বৰ সুন্দৰ, ইমান ভাল লাগে প্ৰতিটো অনুস্থানৰ বিষয় বস্তু সমুহ, ভৱিষ্যতৰ উন্নতি কামনাৰে,আই অ' বুলি যে কয় বহুত ভাল লাগেৰ
ইমান যে মৰমলগা ছোৱালীজনী।কথাই কণ্ঠই সকলো পুৰঠ।
ইমান পৰিপক্ক। আচৰিত হৈ যাওঁ কম বয়সীয়া কমলিকাৰ এই পৰিপক্কতাত। এটাৰ পাছত আনটো ধুমুহাৰ পাছতো অবিচলিত হৈ ৰোৱাৰ ক্ষমতা অতুলনীয়। কমলিকা অসমৰ সম্পদ। সদায় এই সৰলতাৰে আগুৱাই যাওঁক কমলিকা।
ইমান কম বয়সৰ চিন্তাবোধ শক্তি গাম্ভীর্যতা প্ৰশ্নৰ সমীচীন উত্তৰ সাহসিকতা ধৈর্য শক্তিৰ বোধগম্যতা সাজ-পোছাক পৰিধান কৰাৰ পৰা গোটেই অনুষ্ঠানটো সঁচাই বহু বেছি ভাল লাগিল | আৰম্ভনিৰ পৰা শেষ নোহোৱা পর্যন্ত চালোঁ | আগলৈও এনে অনুষ্ঠানৰ কামনা কৰিলোঁ |
❤
ৰেনমৌ অনুষ্ঠান টো বৰ ভাল লাগিল, কমলিকালৈ বহুতো মৰম আৰু শুভেচ্ছা থাকিল লগতে তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ। ঈশ্বৰে সদায় কুশলে ৰাখক।
শ্ব
কণ্ঠ শুনিলে গাৰ নোম শিয়ঁৰি উঠে । এনেকুৱা লাগে যেন ভিটালী বা গায় আছে।বহুত শক্তিশালী মনৰ অধিকাৰী ছোৱালী তুমি । ভগৱান ক প্ৰাৰ্থনা কৰিছোঁ বহুত আগুৱাই যোৱা তুমি
Bahut bhal lagise ❤😊
Eman dhuniya kathabur ... I am from Dhemaji....
আঐ দেহী, বহুত মৰম লাগিছে, বহুত ভাল লাগিল, বহুত শুভ কামনা আৰু মৰম জনাইছো...
Moi class 9 t pohi asu dei kamalika Bak bohut val lage ..... আজিৰ দিনত মানুহৰ 30s r video এটা চাব ধৈয্য নাই তেনে ক্ষেত্ৰত এই ডেৰ ঘণ্টাৰ ভিদিও টো কেনেকৈ শেষ হল গমেই নাপালোঁ .. ভালে Thaka তাৰে আশা কৰিলোঁ ❤
মৰম লগা জনীৰ সাক্ষাৎকাৰ বহুত ভাল লাগিল ❤❤❤❤❤❤ৰেণমৌ লৈ ধন্যবাদ 🙏
🙏💗💕💕💗👌👌👌 ইমান সুন্দৰ অনুষ্ঠান। অতিকৈ সাহসী প্ৰিয় কমলিকা। অতিকৈ প্ৰিয়, অতিকৈ মৰমৰ দুয়োলৈ তথা অনুষ্ঠানৰ অন্তৰ্গত সকলোলৈ আন্তৰিক ধন্যবাদ জনালোঁ।
কমলিকা তুমি সাহসী হৈ আগবাঢ়ি যোৱা। ভগৱানে তোমাৰ মংগল কৰক💕
অনুষ্ঠানটো বৰ ধুনীয়া হৈছে ৷ কমলিকাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ ৷
ইমান ধুনীয়া কথা ❤ মইও কমলিকাৰ লগত একে ক্লাছৰেই হয় । মোৰো মেজৰ অসমীয়া । মাত্ৰ কলেজ খন বেলেগ আৰু
বয়স হিচাবে কথা আৰু শাৰী খনেৰে কুমলিকাক বহুত,বহুত অভিজ্ঞাৰে ভৰা ডাঙৰ ছোৱালী যেন লাগিছে। বহুত মৰম আৰু আশীৰ্বাদ থাকিল তোমালৈ আগ বাঢ়ি যোৱা।
Kamalikar maturity hats off...❤
Hodai enekei thakiba dei majoni.
ইমান সুন্দৰ অনুষ্ঠান ♥️ অদৃশ্য জনে কুশলে ৰাখক
কমলিকা বহুত বহুত মৰম তোমালৈ। বহুত সাহসী তোমি ভাল কে থাকা। ঠগ বাজি সংসাৰত তোমি পাহাৰৰ দৰে ঠিয় হৈ থাকা❤❤❤
কমলিকাৰ ব্যক্তিত্ব মোৰ বৰ ভাল লাগে ❤ আগুৱাই যোৱা তুমি মৰমৰ ভন্টিজনী ❤
কমলিকালৈ বহুত বহুত মৰম আৰু শুভেচ্ছা জনাইছোঁ, ইমান সুন্দৰ কণ্ঠ
মাতটো ভিতালী বাৰ নিচিনাই...❤
Bhut bhal lagil aru aguwai juwa bast of luck
মৰমৰ কলিজা জনী লগত প্ৰথম বাৰৰ বাবে কালি ফোনত কথা হৈছিলো আৰু আজি তোমাৰ অনুষ্ঠানত তাই জনীক পালো যাত্ৰাৰ "অতিথি হিচাপে ,বহুত সুখী হ'লো বা🥹❤️চাই আছো দেই বা ,মৰম থাকিল ,আমাৰ কলিজা টুকুৰা জনীলৈও এগালমান মৰম দিলোঁ ।আগুৱাই যোৱা সাহসেৰে বাট বুলি।
#Doli Phukan
❤️✨🙏
@aichengfaboruah বহুত বহুত মৰম বা 🥹❤️
সুন্দৰ কণ্ঠ, সুন্দৰ কথাবাৰ্তা আৰু বহুত মৰম লগা। আগবাঢ়ি যোৱা সদায়।
ইমান মৰমলগা কথাবিলাক। খুউব ভাল লাগিল।ভালে থাকা তুমি।❤
বহুত বেছি ভাল লাগিল।ইমান স্পষ্টবাদী ছোৱালী তুমি আগুৱাই যোৱা সদাই💗
বয়সে নহয় অভিজ্ঞতাই মানুহক পৰিপক্ক হয়।ভালে থাকা ভন্টি❤
বহুত বেছি ভাল লাগিল।তোমাক ভগৱানে কুশলে ৰাখক।
Kamalika tumi bohut strong❤
Khub val lagil dei. Bahut hahosi kamalika. Vagabane teuk aguai niok ru lagate apunar jatra renmou k tarei kamona korilu❤
বহুতেই ভাল লাগিল অনুষ্ঠানটি । তোমাৰ সদাই ভাল হওঁক তাৰেই কামনা কৰিলো
সুন্দৰ আৰু সাহসী মনৰ এগৰাকী ছোৱালী ।
Vitali ba would be so proud of her..miss u Vitali ba
🎉❤️❤️❤️😊😊
বহুত ভাল লাগিল অনুষ্ঠানটি, শেষত কব নোৱাৰাকৈ চকুলো নিগৰিলে❤❤❤
God bless you Kamalika Majoni.
কমলিকা তুমি মহীয়সী নাৰী ❤️ভগৱানে তোমাক জীৱন বাটত সহায় কৰক।
What a talent! ❤ Comment nokora ke thakibo nuwarilu.
সাহসী ছোৱালী জনি। সদায় মৰম লাগে। নতুন প্ৰজন্ম ছোৱালীবোৰে এইটো ভিডিঅ চাবলগীয়া।❤️❤️আগুৱাইযোৱা বেতি🥰🥰
Val lagil sai💕💕💕..yat eta kotha thikei koise... ajikali manuh hole voi lage..muru manuhole voi lage... bortoman hamoy t..,
Bahut mrmlga sualijoni kotha kua xaj pushak iman nmra xkolufalrprai best... Aguai jua tumi take bisaru vgban jate xodai tumr lgt thakok ❤❤❤❤
বহুত সুন্দৰ। কমলিকা তুমি জীৱনত আগবাঢ়ি যোৱা।
সময় নাই মানে মই হলো এজন ধৰ্য নোহোৱা মানুহ কিন্তু কমলিকাৰ এই অনুষ্ঠান টো চাই শুনি থাকিলো ভাষা নাই কি কম ছোৱালী জনি বহুত আগ বাঢ়ি যাব । মই ভাবো এইটো অনুষ্ঠান বহুত বহুত ভাল পাব।
সুখি হোৱা কমলিকা বহুত সাহসীপজিতিভ তুমি ভগৱান আছে তোমাৰ লগত 🙏
Khuuub dhuniya kamalika monere kothare.bohut morom tumaloi.❤
কমলিকা আগুৱাই যোৱা বহুত বেছি শুভেচ্ছা জনালোঁ।লগতে আই চেঙ ফা বা বহুত ভাল লাগিছে প্ৰথম তোমাক অসীমত যাৰ হেৰাল সীমাত দেখিছিলো
অতি সুন্দৰ অনুষ্ঠান। কমলিকাৰ সৎসাহস বাৰু কৈয়ে প্রশংসনীয়। তোমাৰ উজ্জ্বল ভবিষ্যৎ কামনা কৰিলো❤
Lots of good blessings to her!❤️🙏😇bohut bhal suwali iman postive mind .. beseri dukh lage tai karone. but still she's very stronger ones...
ইমান পৰিপক্ক অ ছোৱালী জনী
নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তাইক আৰু শক্তি দিয়ক, আগুৱাই যাওঁক
Bohut bhal lagil anushthaan tu sai. Horu sualijonir iman habolil iman poripokka kothakhini mon sui gol. Aguai jua Kamalika❤❤, logote Renmour homuh kormokortak dhonyabad iman ata hundor anushthaan agbohai diyar babe🙏🙏
Kamalika tmi bht mrm loga aru bht dhuniya lgise tmk❤, vogobane e tmk hokolu Kamote hohai kori jauk moi u hewa korisu ...vl hobo tmr
Bohut morom aru ashirbaad dilu sister tumak 👍👍👍👍👏👏👏👏❤️❤️❤️❤️
খুবেই ভাল লাগিল ❤ বহুত বহুত শুভেচ্ছা জনালো কমলিকালৈ বৰ মৰম লগা অ ছোৱালীজনী অলপও skip নকৰাকৈ চালো অনুষ্ঠানটি❤আৰু ভাল লগা কথাটো হ'ল আপোনাৰ অনুষ্ঠানবোৰ বৰ শালীন সেয়েহে সদায় ভাল লাগে এনেদৰে বহুত আগবাঢ়ি যাওক❤
such a wonderful conversation,বহু কথায়ে মন চুই গল
এটা কথা ভাল লগা যে দেউতাককো হেৰুৱাৰ আগতে তেওঁ সমাজখন পালে ❤ ৰাইজখন পালে যিসকলৰ মাজত সকলোৱে কেৱল উৎসাহ, প্ৰেৰণাই দিলে নিজৰ সন্তানৰ দৰে,ভাল হওঁক মা ❤
মই মাক হিচাপে কমলিকাক চাই থকা সময়ত মোৰ চকু পানীয়ে ওলাই থাকিল । নিজৰ সাহস, সততা, বিশ্বাসৰ ওপৰত ভগৱানে তেওঁক শক্তি দিয়ক ❤
Bhut val lagil ..may god bless her
বহুত ভাল লাগিল ❤❤.. ভগৱানে কুশলে ৰাখক কমলিকা... আৰু আগুৱাই যোৱা 💗💗বহুত সাহসী আৰু matuerd তুমি..
Suali jonik bht morom lage ❤❤❤ so cute and mn tuo bht vl kotha khinio eman juktisangata xasai xuni apluta hoisu aru hoitu kamalika mot koi xoru hobo pare kintu xasake bht mutured ❤❤❤aru
কমলিকালৈ অশেষ মৰম আৰু শুভেচ্ছা থাকিল । ধন্যবাদ আইচেংফা......
বহুত বহুত ভাল লাগিল। ভগৱানে মঙ্গল কৰক।
Kamalikaloi monor pora bohut besi morom jasisu❤️tai hodai hahokhi hoi thakok aru agbarhi jawk hodai❤️❤️
বৰ ভাল লাগিল । কমলিকা জীৱন বাটত আৰু আগবাঢ়ি যাওঁক ❤